প্ৰতাৰণাপ্ৰতাৰণাকাৰী
প্ৰতাৰণা কৰ্ (Assamese) [ Roman: pro.ta.ro.na kor]
Contributed by: ৰূপকমল on 2007-05-09
English: cheat, deceive, dupe, hoodwink, trick,
Assamese: আভুৱা-ভাঁৰ্, এপাহ মাৰ্, চকুত ধূলি মাৰ, চহলা কৰ্, ছন্দিয়া, ছল কৰ্, ছল ভুৱা দে, ছলনা কৰ, টেপাই মাৰ্, ঠগ, ঠগ্, প্ৰতাৰণা কৰ্, প্ৰৱঞ্চনা কৰ্, ফাংবাজী মাৰ্, বঞ্চনা কৰ, ভাঁৰ, ভাণ্ড, ভাৰ্, ভুৰুকিয়া,
Bodo: थगाय, थगायनाय, फाखिहो,
Mising: yadnam,
Khasi: thok,
Garo: cha.boka, dakmajoani,
Meeteilon: lounam,
Karbi: pachobei,
Hmar: hlem,
Dimasa: toki,
Hindi: कपट,
Deori: তগি, তেকি, বনচি
b. Proper Adj.-Common &/or Masculine: প্ৰতাৰিত, বঞ্চিত, বিপ্ৰলব্ধ, বিড়ম্বিত...
c. Common Noun-Common: cheater, chiseler, chiseller, defrauder, fraudster...
প্ৰতাৰণা কৰ্ (Assamese) [ Roman: pro.ta.ro.na kor]
Contributed by: ৰূপকমল on 2007-05-09
1. (Verb-Trans.) to act dishonestly; practice fraud. অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
Assamese: আভুৱা-ভাঁৰ্, এপাহ মাৰ্, চকুত ধূলি মাৰ, চহলা কৰ্, ছন্দিয়া, ছল কৰ্, ছল ভুৱা দে, ছলনা কৰ, টেপাই মাৰ্, ঠগ, ঠগ্, প্ৰতাৰণা কৰ্, প্ৰৱঞ্চনা কৰ্, ফাংবাজী মাৰ্, বঞ্চনা কৰ, ভাঁৰ, ভাণ্ড, ভাৰ্, ভুৰুকিয়া,
Bodo: थगाय, थगायनाय, फाखिहो,
Mising: yadnam,
Khasi: thok,
Garo: cha.boka, dakmajoani,
Meeteilon: lounam,
Karbi: pachobei,
Hmar: hlem,
Dimasa: toki,
Hindi: कपट,
Deori: তগি, তেকি, বনচি
Different POS:
a. Abstract Noun: deceit, deception, fraud, hypocricy, trickery...b. Proper Adj.-Common &/or Masculine: প্ৰতাৰিত, বঞ্চিত, বিপ্ৰলব্ধ, বিড়ম্বিত...
c. Common Noun-Common: cheater, chiseler, chiseller, defrauder, fraudster...